top of page
Search

A Message From Dipika

  • Writer: strides talent
    strides talent
  • Apr 24, 2023
  • 1 min read

Strides , এটি আবেগ যিয়ে শিল্পী সংস্কৃতিৰ লগত জড়িত প্ৰতি গৰাকী ব্যক্তিক দিয়ে এক আশাৰ ৰেঙণি । ই এক উদ্দম , এক সাহস ।

মই দীপিকা নাথ ময়ো এগৰাকী Strides ৰ সদস্য । বুকুত সহস্ৰ সপোন লৈ ময়ো খোজ দিছিলোঁ অভিনয় জগতত ।

কিবা এটা কৰাৰ কিবা এটা পোৱাৰ হেঁপাহে যেন মোক লৈ গৈছিল Strides লৈ , যিয়ে মোক প্ৰদান পৰিছিল এক নতুন মাত্ৰা ।



এক অফুৰন্ত শক্তি আৰু আত্মবিশ্বাস গা কৰি উঠিছিল মোৰ মাজত । যাৰ ফল স্বৰূপে মই Strides

ৰ পৰা লাভ কৰিছিলোঁ মোৰ অভিনয় জীৱনৰ কিছুমান মূল্য বান কাম ।

যিটো সময়ত মই নিজৰ ওপৰত আস্থা হেৰুৱাই পেলাইছিলোঁ সেই সময়ত মোক বিশ্বাস কৰিছিল Strides ।

যাৰ কৰ্ম প্ৰেৰণা থল ধৰি উঠিছিল মোৰ কাম বোৰত । Strides ৰ জৰিয়তে মই এখন অসমীয়া ছবি "খং" ত এটি মুখ্য চৰিত্র অভিনয় কৰিব লৈ সুযোগ লাভ কৰিছিলো লগতে এখন Web Series , আৰু এখন অসমীয়া ধাৰাবাহিক আৰু লগতে বহু মৰম আৰু কৰ্ম অভিগতা । জীৱনৰ সকলো সময়ত Strides ৰ এই মৰম আৰু সহযোগিতা মোৰ কাম্য ।।

# Love Strides


 
 
 

Comments


Strides Newsletter

See it First

© 2023 By STRIDES. All rights reserved

  • Instagram
  • YouTube
  • Facebook
bottom of page